HEZAR SIYOR
Similar songs
Lubhi Paapi
TRIV,Lakhya Bikash Gogoi03:17
Haate Daade Laa
Tadar Reniya03:58
Pokhila
Arindom Hazarika03:45
Maramor Hiya
Deba Geetz04:35
Notun Probhat
The Butterfly Effect04:34
Malobika Baruah
Dikshu Sarma,Nikhita03:43
Emuthi
Zubeen Garg3:38
O Juli
Sonit Sankar04:29
Kyun Teri Yaad
Deba Geetz,MD Production04:54
Ja Jare Ja
Keshab Goswami05:22
Similar Songs
Lubhi Paapi
TRIV,Lakhya Bikash Gogoi
Haate Daade Laa
Tadar Reniya
Pokhila
Arindom Hazarika
Maramor Hiya
Deba Geetz
Notun Probhat
The Butterfly Effect
Malobika Baruah
Dikshu Sarma,Nikhita
Emuthi
Zubeen Garg
O Juli
Sonit Sankar
Kyun Teri Yaad
Deba Geetz,MD Production
Ja Jare Ja
Keshab Goswami
About song
Album: অক্লান্ত
Genre :Rock
1767 Plays
Vocals: Manoram
Lyricist: Manoram
Composition: Manoram
Rap Composition and Lyrics : Dr J
Music Arrangement and Production - Dr J
Mix & Master – Dr J at Electric Soul Studio
Copyright © Manoram
Lyrics
হেজাৰ চিঞৰ
কেনি হেৰাল।
নিমাত নিজান
নিৰব ধৰা।
সেউজী ধৰণি
নতুনৰ ৰ'দালি
নিলাকৈ জলধাৰা
বৈ যোৱা জুৰিতি।
কেনি হেৰাল
সকলো আজি
উকা হৈ ৰয়
এই পৃথিৱী।
উভতাই বিচাৰোঁ
ৰঙীন পৃথিৱী
জীৱ কুলে ভৰি পৰা ।
নাথাকক কোনো
ধ্বংস প্ৰবৃত্তি
বিৰাজক শান্তি সৰলতা।
তোৰ বিপ্লৱী আবেগতে ক’লা ডাৱৰ
ধ্বংস কৰি পেলা তই অন্ধকাৰৰ
সমাজৰে শ্মশানতে পগলা কিয়
মৌন উঠতে তোৰ হেজাৰ চিঞৰ ।
পামনে ঘূৰাই এই ধৰণী
চিৰ চেনেহৰ এই পৃথিৱী।
হেজাৰ চিঞৰ
কেনি হেৰাল।
নিৰব ধৰা
নিমাত নিজান ।